id
stringlengths
1
5
input
stringlengths
23
780
target
stringlengths
21
203
url
stringlengths
28
1.06k
701
নলবাৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৫৯ তম আবিৰ্ভাৱ মহোৎসৱত নলবাৰীৰ আগশাৰীৰ নাৰ্চ আৰু লেবৰেটৰী শিক্ষাৰ প্ৰতিষ্ঠান এলডি হেলথ পেৰামেডিকেল টেকনলজিয়ে বিনামূলীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে।
নলবাৰীৰ মৰোৱাত স্বাস্থ্য শিবিৰ সম্পন্ন
https://www.newsnextone.com/nalbar-moruwa-free-health-camp/#comments
702
কলিয়াবৰঃ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিবলৈ লাভ কৰিছে কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী।
জখলাবন্ধা আৰক্ষীৰ জালত ৩ খড়্গ ব্যৱসায়ী
https://www.newsnextone.com/rhino-horn-businessman-arrested
703
চামগুৰিঃ নগাঁৱৰ পুৰণিগুদামৰ গড়মূৰত শনিবাৰে নিশা চলিল অবৈধ চুলাই মদৰ বিৰুদ্ধ ব্যাপক অভিযান।
পুৰণিগুদামত চলিল অবৈধ চুলাই মদৰ বিৰুদ্ধে ব্যাপক অভিযান
https://www.newsnextone.com/samaguri-wine-raid
704
নগাঁওঃ অসম ক্ৰীড়া সাংবাদিক সন্থাই ক্ৰীড়া সংবাদক বিষয়বস্তু হিচাপে লৈ যুৱ প্ৰজন্মৰ মাজত দক্ষতা বিকাশৰ উদ্দেশ্যে ক্ৰীড়া সাংবাদিকতাৰ লগতে ফটো ক্ৰীড়া সাংবাদিকতা আৰু টি ভি ক্ৰীড়া সাংবাদিকতা বিষয়ক এখনি কৰ্মশালাৰ আয়োজন কৰিছে।
নগাঁৱত ক্ৰীড়া সাংবাদিকৰ কৰ্মশালাৰ আয়োজন
https://www.newsnextone.com/sports-journalism-workshop-nagaon
705
তেজপুৰঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ভাললৈ আহিছে কংগ্ৰেছৰ দিন৷ ইমান দিলে কংগ্ৰেছৰ নেতা কৰ্মী দল সলাই অন্য দলত যোগদান কৰিছিল৷ কিন্তু এইবাৰ কংগ্ৰেছত যোগদান কৰিলে অন্য দলৰ প্ৰায় ছয় শতাধিক নেতা-কৰ্মীয়ে৷ শোনিতপুৰ জিলাৰ বালিপৰাৰ ওঠৰ মাইলত বুধবাৰে কংগ্ৰেছৰ এখন সভাত অাৰু তৃণমুল কংগ্ৰেছ দলৰ প্ৰায় ছয় শতাধিক কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে।
বালিপৰাত কংগ্ৰেছৰ হাতত ধৰিলে AIUDFএ
https://www.newsnextone.com/print/7338
706
আমগুৰিঃ অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে যোৱা দুটা বছৰে গণ আন্দোলন অব্যাহত আছে৷ তাৰ মাজতে অসমৰ এটা সংগঠনে হিন্দু বাংলাদেশী সংস্থাপনৰ চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰা বুলি প্ৰচাৰ হোৱা খবৰে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰা অসম সত্ৰ মহা সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভিত হৈ পৰিছে ৰাইজ।
সত্ৰ মহাসভাক 'বদন বৰফুকন বঁটা' প্ৰদান কৰিব সংগ্ৰামী যুৱ ছাত্ৰই
https://www.newsnextone.com/protest-by-sangarami-yuba-satra/#comments
707
জয়সাগৰঃ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ তৈলক্ষেত্ৰ অৱৰোধ কাৰ্যসূচী দ্বিতীয় দিনাও অব্যাহত আছে৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপি চৰকাৰখনে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ প্ৰতিবাদত টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে কালিৰে পৰা গ্ৰহণ কৰিছিল এই অৱৰোধ কাৰ্যসূচী।
জনজাতিকৰণ, টাইপাৰ তৈলক্ষেত্ৰ অৱৰোধ অব্যাহত
https://www.newsnextone.com/ongc-blocked-for-second-day
708
নতুন দিল্লীঃ ৰাজস্থানৰ কোটা লোকসভা সমষ্টিৰপৰা তৃতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱা বিজেপিৰ সাংসদ ঔম বিৰলা লোকসভাৰ নতুন অধ্যক্ষ৷ তেওঁৰ প্ৰাৰ্থীত্বক বিৰোধীয়ে প্ৰত্যাহ্বান নজনালে৷ কংগ্ৰেছ নেতা ৰাম নাৰায়ন মীনাক ২.৮ লাখ ভোটত পৰাস্ত কৰা ঔম বিৰলা বিজেপিৰ সভাপতি তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ৷ ১৯৬২ চনত ২৩ নৱেম্বৰত ৰাজস্থানৰ কোটাত জন্ম গ্ৰহণ কৰা ঔম বিৰলাই চৰকাৰী বাণিজ্য মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী আৰু মহাঋষি দয়ানন্দ সৰস্বতী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
ৰাজস্থানৰ সাংসদ ঔম বিৰলা হ'ব লোকসভাৰ নতুন অধ্যক্ষ
https://www.newsnextone.com/om-birla-rajasthan
709
ধন বল, বাহুবল প্ৰয়োগ কৰি বিজেপি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে,"- পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে চমকপ্ৰদ সফলতা লাভ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছী সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাই।
ধনবল-বাহুবল প্ৰয়োগ কৰি বিজেপি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছে : প্ৰাক্তন কংগ্ৰেছী সাংসদ
https://assam.nenow.in/former-congress-mp-alleged-of-bjp-using-money-muscle/
710
বাহাকাবাৰীঃ ২০ বছৰে এটি শিল নপৰিল ৰাজ্যৰ এটি পথত৷ মেৰামতিৰ অভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ বাবে এতিয়া গাড়ী-মটৰটো দুৰৰ কথা খোজকাঢ়িব নোৱাৰা হৈছে পথটোত৷ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলী-বামুনী গড়কাপ্তানী পথৰে যাতায়ত কৰোতে সাৱধান হ'ব লগা হয়।
২০ বছৰে মেৰামতি নোহোৱা বঢ়মপুৰৰ পথ
https://www.newsnextone.com/road-without-repair/#comments
711
ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অলপতে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ এক অনুষ্ঠানত ভেঞ্চাৰ শিক্ষানুষ্ঠান সম্পৰ্কে কৰা কটু মন্তব্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।
শিক্ষা মন্ত্ৰীৰ মন্তব্যত অসন্তুষ্টি: ৪ জুলাইত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ বিশেষ সভা আহ্বান
https://assam.nenow.in/%e0%a6%b6%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a6%be-%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a6%a4/
712
দ্যুৎ যোগানৰ বাবে কাৰ্যালয়ৰ চৌহদত ৰখা জেনেটৰত দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ সন্দেহ।
পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত কাৰ্যালয়ত দুষ্কৃতিকাৰীৰ দুষ্কৰ্ম
https://assamtimespost.com/?p=5880
713
দেশবাসীৰ গৰিষ্ঠ সংখ্যক নাগৰিকৰ অমতত জাপি দিয়া নাগৰিকত্ব (সংশোধন) আইনখনক লৈ আন এক ষড়যন্ত্ৰত লিপ্ত হ'ব পাৰে কেন্দ্ৰীয় চৰকাৰ।
জিলা দণ্ডাধীশক দায়িত্ব নিদি নথি-পত্ৰ প্ৰক্ৰিয়াটোত সৰলীকৰণ বা নিখুঁততা-বৰ্জিত বাট দিয়াৰ চিন্তা
https://assam.nenow.in/centre-likely-to-make-the-process-online-for-granting-citizenship-under-caa/
714
ফিল'বাৰীঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী কলেজত বুধবাৰে এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰী তথা সাহিত্য সভাৰ বিষয়-ববীয়াই উপস্থতি থাকে সভাত৷ ছাত্ৰ-ছাত্ৰীক অসম সাহিত্য সভাৰ অধিবেশনত স্বেচ্চাসেৱকৰ দায়িত্ব প্ৰদানৰ তথা প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে বিশেষ সজাগতা সভাখনৱ অনুষ্ঠিত হয়।
বুঢ়ীদিহিঙত সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশন, বিশেষ সজাগতা সভা
https://www.newsnextone.com/meeting-phillowbari/#comments
715
ৰঙিয়াঃ কোটি কোটি টকা খৰছ কৰি বহিঃ ৰাজ্যৰ পূজাৰীৰে নহয়, এইবাৰ নদীৰ বুকুত জকাইচুকৰ আই-মাতৃৰ প্ৰাৰ্থনা, ভগৱান তুমি আমাক বচোৱা৷ পুঠিমাৰী নৈৰ গৰাখহনীয়াৰ পৰা নিজৰ সপোনৰ ঘৰখন বচাবলৈ নেদেখাজনৰ প্ৰতি আই-মাতৃৰ কাতৰ আহ্বান, ভগৱান তুমি আমাক বচোৱা৷ আৱেগিক হৈ পৰা মাতৃসকলৰ দুখ অনুভৱ তথা শুনিবলৈ তেওঁলোকৰ ওচৰত ৰজাঘৰৰ কোনো নাই৷ ৰঙিয়াৰ লেচাকোনাত পুঠিমাৰী নৈৰ গৰাখহনীয়া ৰোধৰ বাবে শেষত ভগৱানকে প্ৰাৰ্থনা কৰে স্থানীয় মহিলাসকলে।
ৰঙিয়াত নমামি, ভগৱান তুমিয়ে আমাক বচোৱা
https://www.newsnextone.com/women-pray-for-erison-rangia/#comments
716
ধনশিৰিঃ বানৰ কবলত পৰি আজিও ককবকাই আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক৷ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰ, নাওজান, চুঙাজান আদি এলেকাৰ বহু গাঁও বুৰাই পেলায়।
ধনশিৰিত বানৰ তাণ্ডৱ, জলমগ্ন বিস্তীৰ্ণ অঞ্চল
https://www.newsnextone.com/flood-dhansiri-thousand-homeless/#comments
717
নতুন দিল্লীঃ আওপুৰণি স্বাস্থ্য নীতি সলনি কৰি নতুন স্বাস্থ্য পৰিকল্পনা গ্ৰহণ কৰাৰ উদ্দেশ্যে বুধবাৰে কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ গৃহীত কৰে।
সলনি হ'ল ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি, সকলোৰে বাবে সুস্বাস্থ্য
https://www.newsnextone.com/new-health-policy-accepted-by-central-cabinet-15-march/#comments
718
মিছামাৰীঃ নদীৰ প্ৰবল সোঁতত উটি অহা এটি গৰুক বচাবলৈ গৈ নিজেই উটি গ'ল এজন যুৱক৷ দেশ ব্যাপি গো হত্যাক লৈ বাদ-বিবাদ অব্যাহত থকাৰ মাজতে এজন জনগোষ্ঠীয় যুৱকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি নৈত জাপ দি বিগত কেবাদিনো ধৰি নিখোজ হৈ থকা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
দিল্লীত গো-মাতাৰ শ্লোগান, মিছামাৰীত প্ৰাণ দিলে পৰেশে
https://www.newsnextone.com/boy-washed-away-into-river-trying-to-save-cow/#comments
719
দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ বিৰুদ্ধে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত অভিযোগ দাখিল কৰে।
দৰঙৰ উপায়ুক্তৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ
https://assam.nenow.in/ramen-deka-lodged-complaint-against-darrang-dc-to-lok-sabha-speaker/
720
নাওকাটাঃ ২৪ মাহ সম্পুৰ্ণ কৰিলে বন্ধন বেংকে৷ সমগ্ৰ দেশৰ লগতে বাক্সা জিলাৰ গোৰেশ্বৰ শাখাতো বন্ধন বেংকৰ বিষয়া-কৰ্মচাৰীয়ে আজি উলাহ মালহৰে দ্বিতীয় বাৰ্ষিকী পালন কৰে।
গোৰেশ্বৰত বন্ধন বেংকৰ বাৰ্ষিকী পালন
https://www.newsnextone.com/bandhan-bank-celebrate-anniversary
721
তুলসীবাৰীঃ পৰম ব্ৰহ্ম নাৰায়নৰ পূৰ্ণ অবতাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উত্সৱ তৰণী মণ্ডলপাৰাস্থিত গোপাল গোসাই থান প্ৰাংগনত অহা ১৩ ছেপ্টেম্বৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে৷ অনুষ্ঠানটোৰ পৰিচালনাৰ্থে দিলীপ ভূঞাক সভাপতি, পংকজ শীল আৰু ভৃগুমনি ৰাজবংশীক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতিও গঠন কৰা হৈছে।
তৰণীত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন
https://www.newsnextone.com/krisna-janmastami-in-tarani
722
জাজৰিঃ জাজৰিতো পালন কৰা হয় স্বাধীনতা দিৱস পালন কৰা হয়।
জাজৰিত ৭১ সংখ্যক স্বাধীনতা দিৱস পালন
https://www.newsnextone.com/independence-day-jajori/#comments
723
চামগুৰিঃ কলং পৰীয়া কলা-সংস্কৃতি-শিক্ষাৰ তালে-তালে খোজ দিছে চামগুৰিৰ শিশুৱেও।
শিক্ষাৰ বাহিৰেও কলা-সংস্কৃতিত খোজ দিছে শিশুৱে
https://www.newsnextone.com/samoguri-cultural-event-grow-up-child
724
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিশমূৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত দলগুৰীৰ লুংচুঙত যোৱা নিশা বনৰীয়া হাতীৰ গচকৰ ফলত এগৰাকী বিবাহিতা মহিলা মৃত্যমুখত পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হাতীৰ গচকত মৃত্যু হোৱা মহিলা গৰাকীক পিলি কিস্কু (২০) বুলি জনা গৈছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে লুংচুঙৰ বাসিন্দা বিষ্ণু হাসদা নামৰ ব্যক্তি গৰাকীৰ পত্নী পিলি কিস্কুয়ে নিশা ভাতপানী খাই শুই পৰিছিল৷ কিন্তু মাজনিশা প্ৰায় এক বজাত বনৰীয়া হাতীৰ জাক এটাই পিলি কিস্কুয়ে শুই থকা ঘৰৰ বেৰ ভাঙি তচনচ কৰিবলৈ ধৰে।
হাতীৰ গচকত মহিলাৰ মৃত্যু
https://www.newsnextone.com/elephant-killed-a-woman-kokrajhar
725
বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বেজেৰাত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন ছাত্ৰ গুৰুতৰ ভাবে আহত হয়।
বেজেৰাত পথ দুৰ্ঘটনা, আহত ছাত্ৰ
https://www.newsnextone.com/accident-bezera-baihata-student-injured
726
উত্পল বৰা,মাজুলী সদ্য প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাত ৪০লাখ লোকৰ নাম কর্তন হোৱাৰ পাছতেই ক্ষুব্ধ হৈ পৰা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ৩১ জুলাইৰ সন্ধিয়া কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙক সাক্ষাত্ কৰি তাত্ক্ষণিকভাৱে নাগৰিকপঞ্জীৰ কাম বন্ধ কৰাৰ দাবী উত্থাপন কৰা আৰু এন আৰ চি হ'লে দেশখনত গৃহযুদ্ধ হ'ব, ৰক্তপাত হ'ব বুলি কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদত আজি মাজুলীৰ কমলাবাৰীত জিলা হিন্দু যুৱ -ছাত্ৰ পৰিষদৰ নেতৃত্বত মাজুলীৰ বহু সচেতন ব্যক্তিৰ সহযোগত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ প্ৰতিকৃতি দাহ কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।
এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ বিতৰ্কিত মন্তব্যঃ মুখ্যমন্ত্ৰীৰ সমষ্টিত হিন্দু যুৱ-ছাত্ৰ পৰিষদে জ্বলালে মমতা বেনাৰ্জীৰ প্ৰতিকৃতি
https://janambhumi.in/VFdwTk0wMVVXVDA9/%E0%A6%8F%E0%A6%A8-%E0%A6%86%E0%A7%B0-%E0%A6%9A%E0%A6%BF%E0%A7%B0-%E0%A6%9A%E0%A7%82%E0%A6%A1%E0%A6%BC%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%96%E0%A6%9A%E0%A7%B0%E0%A6%BE%E0%A6%95-%E0%A6%B2%E0%A7%88-%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%B0%E0%A7%8D%E0%A6%95%E0%A6%BF%E0%A6%A4-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%83-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF%E0%A6%A4-%E0%A6%B9%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%B7%E0%A6%A6%E0%A7%87-%E0%A6%9C%E0%A7%8D%E0%A6%AC%E0%A6%B2%E0%A6%BE%E0%A6%B2%E0%A7%87-%E0%A6%AE%E0%A6%AE%E0%A6%A4%E0%A6%BE-%E0%A6%AC%E0%A7%87%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%9C%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF.html
727
চৈখোৱা: ৰাজ্যৰ বনমন্ত্ৰীগৰাকীয়ে বন মাফিয়াৰ বিৰুদ্ধে যিমানেই কঠোৰ স্থিতি কৰা বুলি দাবী নকৰক, তিনিচুকীয়া জিলাৰ চৈখোৱাত অব্যাহত আছে চোৰাং কাঠৰ অবৈধ বেহা।
অসাৰ প্ৰমীলাৰ হুংকাৰঃ চৈখোৱাত কাঠ মাফিয়াৰ দৌৰাত্ম্য অব্যাহত
https://www.newsnextone.com/forest-depletion-at-soikhowa-sanctuary
728
জ এ.এছ.এন. প্ৰতিনিধি 22 / 2018 প্ৰায় ১০ কোটি টকীয়া মাজুলী আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণত হোৱা বিসংগতি সন্দৰ্ভত মুখ্যমন্ত্ৰগৰাকীক হস্তক্ষেপ কৰি ব্যৱস্হা গ্ৰহণৰ বাবে মাজুলীৰ বিভিন্ন দল সংগঠনে দাবী জনাইছে।
মাজুলী আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী
https://www.newsasn.com/node/1029
729
২০২২ চনত কাটাৰত অনুষ্ঠিত হ'ব লগীয়া ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে ভাৰতীয় ফুটবল দলে অহা ৫ ছেপ্তেম্বৰত নিজৰ অভিযান আৰম্ভ কৰিব।
ভাৰতে গুৱাহাটীৰ সৰুসজাইৰ পৰা আৰম্ভ কৰিব বিশ্বকাপ অভিযান
https://assam.nenow.in/guwahati-to-host-indias-firsthome-matches-of-2022-fifa-world-cup-qualifiers/
730
জ ডেস্ক 24 / 2020 'নিয়া'ৰ আদালতত 'জয় আই অসম' কৈ কৃষক নেতা অখিল গগৈৰ ৰাইজলৈ আহ্বান-'এতিয়া প্ৰতীকী আন্দোলনৰ সময় শেষ।
আদালতত জয় আই অসম কৈ অখিল গগৈৰ আহ্বান-'প্ৰতীকী আন্দোলন নহয়,জোৰদাৰ ঐক্যবদ্ধ সংগ্রাম গঢ়ি তোলক
https://www.newsasn.com/node/10793
731
ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত লাওপাৰা গাঁৱৰ পৰা আৰক্ষীয়ে অবৈধভাৱে অসমত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।
নাগ্ৰীজুলিত টিঘিল-ঘিলাই থকা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ
https://assam.nenow.in/bangladeshi-citizen-arrested-at-nagrijuli-in-baksa-assam/
732
ডিজিটেল ডেক্সঃ পাটনাৰ লগতে বিহাৰৰ কেইবাখনো জিলাত ভূমিকম্পৰ জোঁকাৰণিয়ে ইতিমধ্যে সকলোকে কপাঁই তোলাৰ বিষয়ে প্ৰকাশ পাইছে৷ বতৰ বিজ্ঞানীৰ মতে পুৱাৰ ১০.২২ মান বজাত ভূঁমিকম্পই বিহাৰৰ লগতে অসম, জম্মু-কাশ্মীৰ, হাৰিয়ানাকো জোঁকাৰি যায়৷ উল্লেখযোগ্য যে বিহাৰৰ পূৰ্ণিয়া, অৰৰিয়া মধেপুৰা আৰু খগড়িয়া নামৰ জিলাত ভূমিকম্পৰ অনুভৱ কৰা গ'ল৷ আনহাতে পশ্চিম বেংগল তথা অসমৰ বিভিন্ন ঠাইত ভূঁমিকম্পৰ জোকাৰণিৰ অনুভৱ কৰিলে সকলোৱে৷ বেংগলত ২০ ছেকেণ্ড, অসমত ১৫ ছেকেণ্ড সময়লৈকে পৃথিৱীয়ে ভূমিকম্পৰ জোকাৰণি বহন কৰে৷ অসমত ৰিখতাৰ স্কেল অনুসৰি ৫.৫ মান লৈকে জোকাৰণি হোাৱ বুলি বতৰ বিজ্ঞানীয়ে প্ৰকাশ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
অসমৰ লগতে ভূঁমিকম্পৰ জোকাৰণিয়ে কঁপাই তুলিলে দেশৰ কেইবাখনো ঠাইক
https://www.newsnextone.com/earthquake-in-assam-bihar
733
ডিজিেল ডেস্কঃ পাঁচটা দশক পিছত হ'ল নৈঃশব্দৰ শাপমোচন।
শাপ মুক্ত হ'ল গিৰ্জা, ৫০ বছৰ পিছত বাজি উঠিল ঘণ্টা
https://www.newsnextone.com/after-50-year-ring-the-bell-at-kashmir
734
লিডুঃ অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং চাহ বাগিচাৰ পথত অসম আৰক্ষী আৰু সেনাৰ ৯ নং ৰাজ ৰাইফলছে অভিযান চলাই এন এছ চি এনৰ ইছাক মুইভা গোটৰ লগত জড়িত থকা সন্দেহত দুজন যুৱকক আটক কৰে ৷ ধৃত যুৱক দুজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামটকৰ ক্ৰমে কেনা পাংতক আৰু ৰবি কুমাৰ পাচোৱান বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত বিস্ফোৰকসহ ২ এন এছ চি এন আটক
https://www.newsnextone.com/lidu-nscn-im-linkman
735
নলবাৰীঃ অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযানত নামিল এটি স্বেচ্ছাসেৱী অনুষ্ঠান৷ নলবাৰীৰ বৰমুৰিকোণাৰ গো' পূজা চ'কত এটা স্বেচ্ছাসেৱী অনুষ্ঠান তথা ৰাইজে অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰে৷ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অবৈধ ভাবে এচাম লোকে বিলাতী আৰু চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও প্ৰশাসন, আৰক্ষী কিম্বা আবকাৰী বিভাগৰ কোনো গুৰুত্ব নাই বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে স্থানীয় স্বেচ্ছাসেৱী সংগঠন জনকল্যাণ মঞ্চৰ উদ্যোগত অভিযান চলাই দুই কাৰ্টুন বিলাতী সুৰা আৰু দুই বস্তা চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়।
ৰাইজৰ অভিযান, অবৈধ সুৰা জব্দ
https://www.newsnextone.com/wine-against-people
736
দ্বীপেন বৰা, লখিমপুৰ লখিমপুৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন মহেশ্বৰী যুৱ সংগঠনৰ লখিমপুৰ শাখা ই আজি শিশু দিৱস উপলক্ষে লখিমপুৰ জিলা সমাজ কল্যান বিভাগৰ অন্তৰ্গত শিশু গৃহ ,চিনাতলীয়াত দিনৰ ১১বজাৰ পৰা এক কায্যসূচী ৰূপায়ন কৰে।
শিশু দিৱস উপলক্ষে মহেশ্বৰী যুৱ সংগঠনৰ অনাথ শিশু , বিশেষ ভাৱে সক্ষম শিশুৰ মাজত সাহায্য বিতৰণ
https://janambhumi.in/VFhwak1rOUVUVDA9/en/VFhwak1rOUVUVDA9/%E0%A6%B6%E0%A6%BF%E0%A6%B6%E0%A7%81-%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8-%E0%A6%89%E0%A6%AA%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87-%E0%A6%AE%E0%A6%B9%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0%E0%A7%80-%E0%A6%AF%E0%A7%81%E0%A7%B1-%E0%A6%B8%E0%A6%82%E0%A6%97%E0%A6%A0%E0%A6%A8%E0%A7%B0-%E0%A6%85%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%B6%E0%A6%BF%E0%A6%B6%E0%A7%81-,-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7-%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A7%87-%E0%A6%B8%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%AE-%E0%A6%B6%E0%A6%BF%E0%A6%B6%E0%A7%81%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A6%A4-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A6%AF%E0%A7%8D%E0%A6%AF-%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%B0%E0%A6%A3.html.html
737
শুক্রবাৰে হাইলাকান্দি চহৰত জুম্মাৰ নামাজৰ পিচত দুই ফৈদৰ মাজত সংঘর্ষৰ সুত্ৰপাত হয়।
শুক্রবাৰে হাইলাকান্দি চহৰত দুই ফৈদৰ মাজত সংঘর্ষ
https://neindianews.com/%e0%a6%b6%e0%a7%81%e0%a6%95%e0%a7%8d%e0%a6%b0%e0%a6%ac%e0%a6%be%e0%a7%b0%e0%a7%87-%e0%a6%b9%e0%a6%be%e0%a6%87%e0%a6%b2%e0%a6%be%e0%a6%95%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a6%bf-%e0%a6%9a/
738
তেজপুৰঃ তেজপুৰৰ পৰোৱাত থকা দৈনিক বজাৰ মাটি দখলক কেন্দ্ৰ কৰি আজি তীব্ৰ উত্তেজনা সৃষ্টি হয়।
তেজপুৰত ব্যৱসায় উচ্চেদক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা
https://www.newsnextone.com/touble-for-land-in-bazar-tezpur/#comments
739
চৰাইদেউঃ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত টাই আহোম সকলৰ ভূমিকা কেনে ধৰণৰ।
মহন ফুকন বংশৰ শিপাৰ সন্ধান বিচাৰি মঞ্চত বহিল ককা, আইতা আৰু নাতি
https://www.newsnextone.com/conference-of-mohan-bonshadhar-charaideo
740
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড।
খেৰণিত ভয়াৱহ অগ্নিকাণ্ড
https://www.newsnextone.com/kheroni-shop-burn/#comments
741
চৰকাৰী তৈল প্ৰতিষ্ঠানসমুহে সলনি কৰিব এই মুল্য৷ পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগত হোৱা এক বৈঠকৰ পিছতেই এই কথা ঘোষণা কৰিছে চৰকাৰী তৈল প্ৰতিষ্ঠানসমুহে৷ বৰ্তমান পেট্ৰ'ল পাম্পসদুহত এই মুল্যৰ সলনি প্ৰত্যেক ১৫ দিনৰ অন্তত হৈ আছে৷ কিন্তু ১৬ জুনৰ পৰা প্ৰত্যেকদিনাই মূল্যৰ সালসলনি ঘটিব৷ ১মেৰপৰা পণ্ডীছেৰী বিশাখাপট্টনম, উদয়পুৰ, জামছেদপুৰ আৰু চণ্ডীগড়ত এই সালসলনিৰ এক পৰীক্ষণমূলক আঁচনি লৈছিল তৈল প্ৰতিষ্ঠানসমুহে৷ উল্লেখ্য যে আন্তৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ মুল্যৰ ওপৰত ভিত্তি কৰি ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ মুল্য নিৰ্ধাৰণ কৰা হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
প্ৰতিদিনে সলনি হ'ব পেট্ৰ'ল ডিজেলৰ মুল্য
https://www.newsnextone.com/price-of-petrol-diesel-everyday-will-be-change
742
গোৰেশ্বৰঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতিৰ হত্যাকাৰীক আটক কৰিবলৈ সক্ষম নোহোৱাত এবিএমছুৱে শুকুৰবাৰে পুৱাৰে পৰা ১২ ঘন্টীয়া বিটিএডি বন্ধ ঘোষণা কৰে৷ সদৌ বিটিএডি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুই আহ্বান জনোৱা ১২ ঘন্টীয়া বিটিচি বন্ধৰ প্ৰভাৱ বিটিএডিৰ চাৰিখন জিলাতে পৰা দেখা গৈছে৷ সংগঠনটোৰ নেতা-কৰ্মী পুৱাৰে পৰা ৰাজপথলৈ ওলাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে৷ বাক্সা জিলাৰ গোৰেশ্বৰ, নাওকাটা, কাউৰবাহাত, বাঙালীপাৰাত বন্ধ সৰ্বাত্মক প্ৰভাৱ পৰে।
বিটিএডি বন্ধ সৰ্বাত্মক, কাউৰবাহাত ৩০গৰাকী এবিএমছুৰ কৰ্মীক আটক
https://www.newsnextone.com/print/7408
743
কাকপথাৰ: আজি অৰুণাচল প্ৰদেশৰ লেকাং সমষ্টিৰ অন্তৰ্গত মহাদেৱপুৰত নেচনেল পিপলছ পাৰ্টিয়ে এক নিৰ্বাচনী বিশাল জনসভা আয়োজন কৰে।
অৰুণাচল প্ৰদেশৰ লেকাঙত নেচনেল পিপলছ পাৰ্টিৰ নির্বাচনী জনসভা
https://www.newsnextone.com/election%2Bchampaign%2Bof%2Bnpp/#comments
744
চিচিবৰগাওঁঃ ধেমাজিত বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল'গান দি দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰা বিজেপিয়ে এতিয়া অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমত লাখ লাখ বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰে৷ যাৰ বাবে ৰাজ্যৰ ৰাইজ আজি ক্ষোভিত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ধেমাজি জিলা সমিতিৰ জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰি ধেমাজী নগৰ কঁপাই তোলে।
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ধেমাজিত যুৱ-ছাত্ৰ পৰিষদৰ জোঁৰ সমদল
https://www.newsnextone.com/ajycp-dhemaji-district-protest
745
গৰৈমাৰীঃ অগপৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে গোচৰ তৰিলে উন্নয়ন আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াই৷ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ সংখ্যালঘু বসতি প্ৰধান এলেকা গৰৈমাৰী উন্নয়ন খণ্ডৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণত বিধি পথালি দি অহাৰ অভিযোগ উত্থাপিত হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।
উন্নয়নত বাধা দিয়া অগপ নেতা কমলা কলিতাৰ বিৰুদ্ধে গোচৰ
https://www.newsnextone.com/fir-against-agp-leader-kamala-chaigaon/#comments
746
নগাঁওঃ অৱশেষত ভাল খবৰটো আহিল নগাঁৱৰ উত্তৰ প্ৰান্তৰ ৰাইজৰ বাবে৷ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ৰূপহীৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰূপহী কলেজক বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যাল কৰ্তৃপক্ষই বিজ্ঞান শাখা খোলাৰ অনুমতি প্ৰদান কৰে৷ এই খবৰ পোৱা মাত্ৰকে উৎফুল্লিত হৈ পৰিছে উত্তৰ নগাঁওবাসী৷ ৰূপহী কলেজৰ অধ্যক্ষ ড০ ভূবনানন্দ পাটনাকৰ তথা প্ৰৱক্তাসকলৰ প্ৰচেষ্টাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এই অনুমতি লাভ কৰিবলৈ সমৰ্থ হয় মহাবিদ্যালয়খনে।
অৱশেষত ৰূপহী কলেজলৈ আহিল ভাল খবৰ
https://www.newsnextone.com/rupahi-college-good-news-science
747
এজন ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি মহানগৰীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পাতলত বৃহস্পতিবাৰে পুৱাৰ ভাগত উত্তেজনাৰ সৃষ্টি হয়।
ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি মাৰোৱাৰী মেটাৰনিটি হাস্পাতলত উত্তেজনা
https://assam.nenow.in/tension-at-marowari-maternity-hospital-after-a-student-death/
748
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠন, শিল্পী-সাহিত্যিককে ধৰি সৰ্বসাধাৰণ লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে আজি মাজুলী জিলা কংগ্ৰেছৰ উদ্যোগত হাজাৰ হাজাৰ লোকে বিধেয়কখন বাতিলৰ দাবীত উত্তাল কৰি তোলে জিলা সদৰ গড়মূৰ।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাজুলীত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
https://janambhumi.in/VFdwRmVrOUVVVDA9/en/VFdwRmVrOUVVVDA9/%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A7%87%E0%A7%9F%E0%A6%95%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A7%87-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE-%E0%A6%95%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9B%E0%A7%B0-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%A6.html.html
749
কামাখ্যা ৰে'ল ষ্টেচনত নগদ ৪ লাখ ৪০ হাজাৰ টকাসহ এজনক আটক।
কামাখ্যা ৰে'ল ষ্টেচনত ৪.৪০ লাখ টকাসহ এজনক আটক
https://www.newsnextone.com/rail-police-4.5-lakh-arrested/#comments
750
গুৱাহাটীঃ নানা আকৰ্ষণীয় ডিজাইনৰ জিন্স-টপ, লেহেংগা, চুৰিদাৰ, প্লাজোৰ পয়োভৰৰ মাজতো জনপ্ৰিয়তা একেই আছে শাৰীৰ।
শাৰী পিন্ধি ভালপোৱা মহিলাসকল এখন মঞ্চত কিয়
https://www.newsnextone.com/saree-saga-2nd-annual-guwahati-group/#comments
751
গোসাঁইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাত আজি ৩টাকৈ শিশুৰ সলিল সমাধি ঘটে।
গোসাঁইগাঁৱৰ জয়মাত পানীত পৰি ৩ শিশুৰ মৃত্যু
https://www.newsnextone.com/print/5226
752
নলবাৰী চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল সৰিয়হতলিত অসম চৰকাৰে নিৰ্মাণ কৰিব এখন অত্যাধুনিক ষ্টেডিয়াম।
নলবাৰীত 'খেলো ইণ্ডিয়া' আঁচনিৰ অধীনত ষ্টেডিয়াম নিৰ্মাণৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ
https://assam.nenow.in/assam-state-govt-will-construct-stadium-at-nalbari-under-khelo-india-scheme/
753
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছে মহানগৰীৰ ৰাজপথতে প্ৰধান মন্ত্ৰীৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে।
মূল্য বৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰধান মন্ত্ৰী-বিত্ত মন্ত্ৰীৰ প্ৰতিকৃতি দাহ
https://assam.nenow.in/price-hike-protest-at-guwahati-and-bishwanath/
754
গুৱাহাটীঃ বুধবাৰে অসম গণ পৰিষদ দলত দলে বলে যোগদান কৰে আছুৰ প্রাক্তন উপ-সভাপতি মণিমাধৱ মহন্তই।
আছুৰ প্ৰাক্তন উপ-সভাপতিৰ দলে বলে যোগদান অগপত
https://www.newsnextone.com/guwahati-monimadhav-mahanta-join-ajp/#comments
755
গুৱাহাটীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বৰ্তমাত সাংসদ হৈ থকাসকল টিকট নিদি প্ৰমাণ কৰি দিলে নিজ সাংসদৰ ব্যৰ্থতাৰ কথা।
শংকিত বিজেপিয়ে বহু সাংসদক দিয়া নাই প্ৰাৰ্থিত্বঃ তৰুণ গগৈ
https://www.newsnextone.com/hirak-tarun-gogoi-pm/#comments
756
ডিজিটেল ডেস্কঃ মাচুল দিবলৈ অপাৰগ হোৱাৰ বাবেই বিদ্যালয় কৰ্তৃপক্ষই দুগৰাকীকৈ ছাত্ৰীৰ ইউনিফৰ্ম খুলি ৰখা এক জঘন্য কাণ্ডৰ খবৰ প্ৰকাশিত হৈছে সংবাদ মাধ্যমত।
মাচুল দিব নোৱৰাৰ অপৰাধত দুই ছাত্ৰীক অৰ্ধনগ্ন
https://www.newsnextone.com/girls-stripped-because-they-couldnot-pay-fees/#comments
757
জামুগুৰিহাটত ৰাজহুৱা সম্বৰ্ধনা সভা সম্পন্ন চন্দন শৰ্মা চেপ্টেম্বৰ ৯, ২০১৯ 0 ২৩৮ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত শলগুৰিবাসী ৰাইজৰ উদ্যোগত শলগুৰি বাটচ'ৰা নামঘৰৰ প্ৰাঙ্গনত কালি এখন ৰাজহুৱা সম্বৰ্ধনা সভা সম্পন্ন হয়।
জামুগুৰিহাটত ৰাজহুৱা সম্বৰ্ধনা সভা সম্পন্ন - ভাল খবৰ
https://bhalkhabar.com/%e0%a6%9c%e0%a6%be%e0%a6%ae%e0%a7%81%e0%a6%97%e0%a7%81%e0%a7%b0%e0%a6%bf%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a6%a4-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%b9%e0%a7%81%e0%a7%b1%e0%a6%be-%e0%a6%b8%e0%a6%ae%e0%a7%8d/
758
অৱশেষত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই।
নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে শান্তি আলোচনা প্ৰক্ৰিয়া বন্ধ হ'ব : অৰবিন্দ ৰাজখোৱা
https://assam.nenow.in/%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95%e0%a6%a4%e0%a7%8d%e0%a6%ac-%e0%a6%b8%e0%a6%82%e0%a6%b6%e0%a7%8b%e0%a6%a7%e0%a6%a8%e0%a7%80-%e0%a6%ac%e0%a6%bf%e0%a6%a7%e0%a7%87%e0%a7%9f-51/
759
ডিজিটেল ডেস্কঃ দিনে দিনে নতুন নতুন ৰহস্য ফাদিল হবলৈ ধৰিছে বলাৎকাৰী বাবা ৰাম ৰহিমৰ চৰিত্ৰৰ।
কামাতুৰ ৰাম ৰহিম, খোল খালে আৰু এখন মুখা
https://www.newsnextone.com/again-ram-rahim-scandle/#comments
760
নামতিঃ মানুহৰ বুদ্ধিৰ সন্মুখত যেন আত্মসমৰ্পণ কৰিলে বনৰ ৰজাই৷ কেবাদিন ধৰি বাঘৰ আতংক বিৰাজ কৰি থকাৰ সময়তে বেচেৰা বনৰজা আবদ্ধ হ'ল পিঞ্জিৰাত৷ উজনিৰ শিৱসাগৰ জিলাৰ নামতি সমীপৰ মেজেঙ্গাত যোৱা কেবাদিন ধৰি এটি বাঘক লৈ সৃষ্টি হৈছিল আতংকৰ৷ তাৰ পিছতে দেওবাৰে পুৱাই পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো।
কুকুৰৰ মাংসৰ লোভত মানুহৰ বুদ্ধিৰ ওচৰত আত্মসমৰ্পণ বনৰ ৰজাৰ
https://www.newsnextone.com/tiger-namati/#comments
761
জ এ.এছ.এন. প্ৰতিনিধি / 2019 সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন : ১৯৭০ চনত প্ৰতিষ্ঠা হোৱা উজনি অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ে বৰ্তমানে সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে।
সোণাৰি মহাবিদ্যালয়ৰ বৰ্ষজোৰা "সোণালী জয়ন্তী বৰ্ষ" উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভণি
https://www.newsasn.com/node/8652
762
কোকৰাঝাৰঃ কোকৰাঝাৰৰ জ্যেষ্ঠ সাংবাদিক গোবিন্দ নাথৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি সোমবাৰে কোকৰাঝাৰত বন্তি প্ৰজ্বলন কৰা হয়।
সাংবাদিক গোবিন্দ নাথৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে বন্তি প্ৰজ্বলন
https://www.newsnextone.com/condolence-for-journalists-govinda-nath-assam
763
নগাঁওঃ নগাঁও আৰক্ষীৰ অভিযানত জালত পৰিল দুধৰ্ষ ডকাইত।
নগাঁও আৰক্ষীৰ জালত ডকাইত
https://www.newsnextone.com/arrested-docoit-nagaon
764
বৰাকৰ কৰিমগঞ্জত কা আৰু এন আৰ চি বিৰোধী এখন জনসভাত প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ বিস্ফোৰক মন্তব্য।
নাগৰিকত্ব সংশোধনী আইনে বাঙালী সকলৰ চাকৰি, অধিকাৰ, নিৰাপত্তা, অস্তিত্ব সকলো কাঢ়ি নিব---কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ
https://janambhumi.in/VGtSQk5FOUVTVDA9/%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80-%E0%A6%86%E0%A6%87%E0%A6%A8%E0%A7%87-%E0%A6%AC%E0%A6%BE%E0%A6%99%E0%A6%BE%E0%A6%B2%E0%A7%80-%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%B0-%E0%A6%9A%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%BF,-%E0%A6%85%E0%A6%A7%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0,-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BE,-%E0%A6%85%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A7%8B-%E0%A6%95%E0%A6%BE%E0%A6%A2%E0%A6%BC%E0%A6%BF-%E0%A6%A8%E0%A6%BF%E0%A6%AC---%E0%A6%95%E0%A6%82%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%9B-%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A7%81%E0%A6%B8%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%A6%E0%A7%87%E0%A7%B1.html
765
মঙলদৈঃ পুৱাৰে পৰা তেওঁ ঘৰ খনত হাঁহি ধেমালি কৰি আছিল৷ চোতাল খনৰ ইফাল-সিফাল ঘুৰি ফুৰিছে তেওঁ৷ তাৰ মাজতে পিতৃয়ে পুখুৰীত মাছ মাৰিবলৈ গৈছিল৷ দেউতাকে গম নোপোৱাকৈয়ে পিছে পিছে গৈছিল তেওঁ৷ পিতৃয়ে মাছ মাৰি ঘৰলৈ উভতি আহে৷ কিছু সময় পিছতে মাতৃয়ে তেওক বিছাৰে৷ মাতৃয়ে তেওঁক বিছাৰি নাপায় ইফাল-সিফাল চাব ধৰে৷ লাহে লাহে ঘৰ খনত হাহাকাৰ লাগে৷ পিছত কিছু সময় পিছতে পুখুৰীৰ পৰা উদ্ধাৰ হ'য় তেওৰ মৃতদেহ৷ নাম তেওঁৰ মনিময় বৰাৰ৷ বয়স ৬ বছৰ৷ মঙলদৈ থানাৰ অন্তৰ্গত আউলাচৌকাৰ ছোটো নগাঁৱৰ ৰূপম বড়াৰ পুত্ৰ মনিময় বড়া৷ সকলোকে কন্দুৱাই থৈ গ'ল তেওঁ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
মনিময়ে কন্দুৱালে আউলাচৌকাক
https://www.newsnextone.com/monimoi-no-more
766
বিহালীঃ বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বৰজাৰণীৰ পৰা তিনিসুঁতিলৈ যোৱা এটি পথ শুভ উদ্বোধন কৰে।
বিহালীৰ বৰজাৰণীত পথ শুভ উদ্বোধন মন্ত্ৰী ৰঞ্জিত দত্তৰ
https://www.newsnextone.com/print/7846
767
ডিজিটেল ডেস্কঃ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ যুদ্ধৰ বাবে সাজু হৈছে ভাৰতীয় সেনা।
সীমান্তত ৰণডংকা! ডোকা-লাৰ পৰা গঞাক স্থানান্তৰ
https://www.newsnextone.com/doklam-boiling-again/#comments
768
কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ খন বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতেই প্ৰতিবাদ হৈ থকাৰ সময়তে কলকাতাৰ এখন সভাত ৰাষ্ট্ৰীয় গেৰুৱা দলটোৰ সভাপতি অমৃত শ্বাহে বিতৰ্কিত বিধেয়কখন গৃহীত কৰি হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বুলি মন্তব্য কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
লাহোৱালত সৃষ্টি হয় উত্তাল পৰিৱেশৰ
https://neindianews.com/%e0%a6%b2%e0%a6%be%e0%a6%b9%e0%a7%8b%e0%a7%b1%e0%a6%be%e0%a6%b2%e0%a6%a4-%e0%a6%b8%e0%a7%83%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a6%bf-%e0%a6%b9%e0%a6%af%e0%a6%bc%e2%80%8c-%e0%a6%89%e0%a6%a4%e0%a7%8d/
769
তুলসীবাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰাৰ পো আঞ্চলিক শাখাৰ অন্তৰ্গত কেন্দুকোনা প্ৰাথমিক শাখাৰ উদ্যোগত অহা ১৪ অক্টোবৰৰ পৰা দুদিনীয়াকৈ গুৰুজনাৰ ৫৬৯ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে৷ তদুপলক্ষে স্থানীয় লাউকুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিতব্য কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত গুৰু আসন প্ৰতিষ্ঠা, নাম প্ৰসংগ, বৃক্ষৰোপন আৰু সেৱা বাহিনীৰ সাধাৰণ বৈঠকৰ লগতে সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব৷ বিয়লি আয়োজন কৰা দিহা নাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা সকলে ৮৪৮৬৪২১২০১ ফোন নম্বৰ যোগে যোগাযোগ কৰিব পাৰিব।
কেন্দুকোনাত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন
https://www.newsnextone.com/sankardev-utsav-in-kendukona
770
ডিজিটেল ডেস্কঃ দিনে দিনে নতুন নতুন ৰহস্য ফাদিল হবলৈ ধৰিছে বলাৎকাৰী বাবা ৰাম ৰহিমৰ চৰিত্ৰৰ।
কামাতুৰ ৰাম ৰহিম, খোল খালে আৰু এখন মুখা
https://www.newsnextone.com/again-ram-rahim-scandle
771
গুৱাহাটীঃ ৰাজ্যত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা বিজ্ঞান জনপ্ৰিয়কৰণৰ অগ্ৰণী অনুষ্ঠান অসম বিজ্ঞান সমিতিয়ে আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব অন্ধবিশ্বাস বিৰোধী অভিযান।
অন্ধবিশ্বাসৰ বিৰুদ্ধে সংঘবদ্ধ অংগীকাৰ "অসম বিজ্ঞান সমিতি"ৰ
https://www.newsnextone.com/assam-bigyan-samiti-campaigning/#comments
772
ুল হক 22 / 2018 স্বচ্ছ ভাৰত অভিযানৰ অংশ হিছাপে জনস্বাস্থ্য কৰিকৰী বিভাগ, টংলা সংমণ্ডলৰ উদ্যোগত আজি কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গণত 'স্বচ্ছতাই সেৱা' শীৰ্ষক এখন সভা অনুষ্ঠিত হয়।
কলাইগাঁৱত 'স্বচ্ছতাই সেৱা' শীৰ্ষক কাৰ্যসূচী সম্পন্ন
https://www.newsasn.com/node/1822
773
পুলক চৌধুৰী সোৱৰণী অসম ভিত্তিত দিবানৈশ ষষ্ঠ বাৰ্ষিক ভলীবল প্ৰতিযোগিতা খনি এইবাৰ মাজুলীত অনুষ্ঠিত হব।
মাজুলীত পুলক চৌধুৰী সোৱৰণী ভলীবল প্ৰতিযোগিতা
https://janambhumi.in/VFZSbk5VNUVXVDA9/en/VFZSbk5VNUVXVDA9/%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A7%80%E0%A6%A4-%E0%A6%AA%E0%A7%81%E0%A6%B2%E0%A6%95-%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A7%8B%E0%A7%B1%E0%A7%B0%E0%A6%A3%E0%A7%80-%E0%A6%AD%E0%A6%B2%E0%A7%80%E0%A6%AC%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A6%BE.html.html
774
নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।
ডকাইতৰ গুলীত নিহত মহিলা
https://www.newsnextone.com/robbers-firing-a-lady
775
কোকৰাঝাৰঃ ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ ক্ষেত্ৰত প্ৰতিবছৰে খেলিমেলি সংঘটিত কৰি অহা শিক্ষা বিভাগে এইবাৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে।
কমকৈ আহিল ৩০০৩খন পাঠ্যপুথি, কোকৰাঝাৰত পাঠ্যপুথি বিতৰণ
https://www.newsnextone.com/free-book-distribute-kokrajhar-ass
776
কোকৰাঝাৰঃ যুৱ প্ৰজন্মৰ উশৃংখল চিন্তাধাৰা, মহিলাৰ নিৰাপত্তাৰ অভাৱ, নিচা জাতীয় দ্ৰব্য সেৱন আৰু অসমাজিক কাম কাজে সমাজখনকে বিপথে পৰিচালিত কৰাৰ সময়তে কিক বক্সিং সন্থাই যুৱ প্ৰজন্মৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে প্ৰশিক্ষণৰ আয়োজন কৰিছে।
কিক বক্সিঙে সঠিক বাট দেখুৱাব যুৱ-প্ৰজন্মক
https://www.newsnextone.com/print/2230
777
গুৱাহাটীঃ উন্মোচিত হ'ব পাৰে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগোৱা অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নতুন তথ্য।
এপিএছছি কেলেংকাৰীঃ কাৰ্যালয়ৰপৰা জব্দ ১১৭৫ উত্তৰবহী
https://www.newsnextone.com/answerscripts-seized-from-apsc-office-premises
778
অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী পাৰেৰ চৰত আজি ৰাতিপুৱা প্ৰায় ৬ বজাত প্ৰায় ১০ ফুট দৈৰ্ঘ্যৰ এটা অজগৰ উদ্ধাৰ হয়।
অভয়াপুৰীত অজগৰ উদ্ধাৰ
https://www.newsnextone.com/python-rescued-at-abhayapuri/#comments
779
কাজলগাঁঁওঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ থুৰিবাৰীৰ চম্পাৱতী নৈত বুধবাৰে পুৱা ৮.৩০ বজাত যুৱক এজন নৈৰ সোঁতত উটি যায়।
ভাতৃক বচাবলৈ যোৱা প্ৰসেনজিতক লৈ গ'ল চম্পাৱতীয়ে
https://www.newsnextone.com/print/5179
780
বিগত পাঁচ মাহে দৰমহাৰ পৰা বঞ্চিত ঠিকাভিত্তিক শিক্ষকসকলে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবীত যোৱা ২ আগষ্টৰ পৰা গ্ৰহণ কৰা শ্ৰেণীবৰ্জন কাৰ্যসূচীয়ে আজি তিনিদিনত ভৰি দিলে।
দৰঙত তিনিদিন ধৰি চলা শিক্ষকৰ শ্ৰেণীবৰ্জনে বিপাঙত পেলাইছে ছাত্ৰ-ছাত্ৰীক
https://assam.nenow.in/boycott-of-classes-by-teachers-body-in-assams-darrang-district-enters-third-day/
781
তেজপুৰঃ আগন্তক লোকসভা নিৰ্বাচন ২০১৯ৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ জিলা নিৰ্বাচনী আয়োগৰ উদ্যোগত ৰাইজক সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়।
নিৰ্বাচন আয়োগৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শন
https://www.newsnextone.com/sveep-cell-tezpur/#comments
782
ৰঙিয়াঃ ৰঙিয়া আৰক্ষীৰ অভিযানত জালত পৰিল ৰাষ্ট্ৰীয় ঘাইপথত চিনেমাৰ কায়দাৰে ডকাইতি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা তিনি ডকাইত৷ যোৱা ২৮ মে'ত ওদালগুৰিৰ মনোজ দাস নামৰ ব্যৱসায়ী জনৰ পৰা কামৰূপ জিলাৰ আমিনগাঁৱৰ পৰা ডকাইতৰ বৃহৎ দল এটাই ৰাষ্ট্ৰীয় ঘাইপথত ডিআই গাড়ী আগছি ধৰি পৰা প্ৰায় সাত লাখ টকা লুটি নিছিল।
ৰঙিয়া আৰক্ষীৰ জালত পৰিল তিনি কুখ্যাত ডকাইত
https://www.newsnextone.com/rangia-police-arrested-three-most-wanted-dacoits/#comments
783
লখিমপুৰঃ লখিমপুৰৰ ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ।
দুমাহ ধৰি সন্ধান নাই লখিমপুৰৰ কিশোৰীৰ
https://www.newsnextone.com/missing-minor-lakhimpur
784
চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ উদয়ন মধ্য ইংৰাজী বিদ্যালয়ত শনিবাৰে অসম সাহিত্য সভাৰ এখন সভা অনুষ্ঠিত হৈ যায়৷ জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুবোধ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক তথা উদয়ন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধাণ শিক্ষক দীননাথ দত্তই।
ডিব্ৰুগড়ৰ ৰহমৰীয়াত সাহিত্য সভাৰ শাখা সমিতি গঠন
https://www.newsnextone.com/sahitya-sabha-new-samitee-dibrugarh-chabua
785
জ এ.এছ.এন. প্ৰতিনিধি / 2019 চেঙাৰ পৰা সুৰজিৎ পাঠক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিল্পী সমাজে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ সময়তে অসমৰ এগৰাকী জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰীয়ে এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা "মীৰাবাঈ"ৰ
https://www.newsasn.com/index.php/node/4393
786
ফিল'বাৰীঃ চিকিৎসা কৰিবলৈ আহি সেনা আৰক্ষীৰ জালত পৰিল এগৰাকী আলফা স্বাধীনৰ নেতা৷ ডিব্ৰুগড় আৰক্ষীৰ অভিযানত জালত পৰিছে দুৰ্ধৰ্ষ আলফা কেডাৰ গুঞ্জন অসম ওৰফে গৌতম দাধৰা।
চিকিৎসা কৰিব আহি আৰক্ষীৰ জালত পৰিল ৰোগীয়া অসম
https://www.newsnextone.com/ulfa-arrested-dibrugarh-police/#comments
787
দলংঘাটঃ অসম সাহিত্য সভাৰ অন্যতম জিলা সমিতি দৰং জিলা সাহিত্য সভাৰ অহা ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হ'ব বাৰ্ষিক অধিবেশন৷ ইতিমধ্যে অধিবেশন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ জিলা সাহিত্য সভাৰ অধিনৰ লক্ষীমপুৰ শাখাৰ উদ্যোগত লখিমী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰাৰ বাবে দেওবাৰে এখন সভা অনুষ্ঠিত হৈ যায়৷ পুৱা ৭ বজাত বন্তি প্রজ্বলন আৰু ১২ বজাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তৰুন আজাদ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত অধিবেশনৰ ৰচিদ বহী উন্মোচন কৰা হয়।
২৮-২৯ জানুৱাৰীত দৰং জিলা সাহিত্য সভাৰ অধিবেশন
https://www.newsnextone.com/print/10012
788
ডিজিটেল ডেস্কঃ বিতৰ্কই লগ এৰা নাই পদ্মাৱতীক৷ প্ৰথমে মূখ্য অভিনেত্ৰী দীপিকাক টুইটাৰ যোগে বিৰোধ সূচক মন্তব্য কৰাৰ পিছত হৈ চৈ লাগিছিল।
পদ্মাৱতীৰ কি হ'ব, দৰগাহৰ দেৱানে মুখ খুলিলে, আপত্তিজনক দৃশ্য ছবিৰ পৰা বাদ দিয়ক
https://www.newsnextone.com/PADMAWATI-RAW-movie/#comments
789
গোগামুখঃ ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে৷ গোগামুখক নগৰ হিচাপে ঘোষণা কৰা, দৈনিক বজাৰৰ আধৰুৱা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা, বাট-পথ মেৰামতি কৰা, ঘাইপথৰ দাঁতিৰ অবৈধ বেদখল উচ্ছেদ কৰা, প্ৰশাসনে ইতিমধ্যে কৰা উচ্ছেদ কাৰ্য্যৰ ভগ্নাৱশেষ পৰিস্কাৰ কৰাৰ দাবীত সংগঠনটোৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ সংগঠনটোৰ বহু নেতা-কৰ্মী অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ শীঘ্ৰে দাবী সমূহ মানি ল'বলৈ দাবী জনায়৷ গোগামুখ টাউনৰ মাজ-মজিয়াত ২ ঘন্টীয়া ধৰ্মঘট পালন কৰি স্থানীয় প্ৰশাসনৰ জৰিয়তে দাবী সমূহ পূৰণ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
গোগামুখত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
https://www.newsnextone.com/ajycp-protest-at-gogamukh/#comments
790
জ এ.এছ.এন. প্ৰতিনিধি / 2019 শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোঁহাই সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো অতি উলহ-মালহেৰে ৭০সংখ্যক গণৰাজ্য দিৱস উদ্যাপন কৰা হয়।
শিৱসাগৰত উলহ-মালহেৰে ৭০সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
https://www.newsasn.com/node/4539
791
জিৎ তালুকদাৰ 26 / 2019 সোমবাৰৰ পৰা বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলবাৰী গাঁৱৰ নাথচুপাৰ পৰা ৰিংকু নাথ নামৰ এজন ২২ বছৰীয়া যুৱক নিৰুদ্দেশ হৈছে।
তামুলপুৰৰ কলবাৰীৰ পৰা নিৰুদ্দেশ যুৱক
https://www.newsasn.com/index.php/node/5314
792
জয়পুৰঃ গোমাংসৰ অবৈধ ব্যৱসায় উৎখাত কৰাৰ বাবে ঝাৰখণ্ড, উত্তৰপ্ৰদেশৰ পিছত এইবাৰ পাল পৰিছে আন চাৰিখন ৰাজ্যৰ।
ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পিছত চাৰিৰাজ্যত উৎখাত হ'ব অবৈধ কচাইখানা
https://www.newsnextone.com/illegal-slaughter-house-to-be-banned-in-another-four-states-after-up-jharkhand-rajasthan-uttarakhand-/#comments
793
ডিজিটেল ডেস্কঃ বহুজাতিক শীতল পানীয় আৰু খাদ্য প্ৰস্তুত কাৰী বিশ্বৰ অন্যতম কোম্পানী পেপ্সীকোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ এৰিব ইন্দ্ৰা নুয়ে।
বাণিজ্য ক্ষেত্ৰত নাৰী সবলীকৰণৰ প্ৰতীক ইন্দ্ৰাই এৰিব পেপ্সীকোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ
https://www.newsnextone.com/indra-nooyi-to-step-down-as-pepsico-ceo-america/#comments
794
নামতিঃ আহোমযুগৰ স্মৃতি বিজড়িত শিৱসাগৰ জিলাৰ ধোদৰ আলিৰ ঐতিহ্যমণ্ডিত এখন পুলৰ শুকুৰবাৰে নৈশ বাছৰ খুন্দাত বৃহৎ এটা অংশ খহি পৰাত চাঞ্চল্যৰ সৃষ্টি হয়।
অসমীয়াৰ বিড়ম্বনা, বাছৰ খুন্দাত খহি পৰিল ৬০০ বছৰীয়া আহোমৰ স্মৃতি বিজড়িত পুল
https://www.newsnextone.com/pool-damaged-sivsagar/#comments
795
যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত আজি পৱন চৌহান আৰু সুৰেন্দ্ৰ সিং নামৰ দুজন ব্যক্তিক সোণৰ চোৰাং সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।
মলাশয়ত সোণঃ গুৱাহাটীৰ পিছত ৰৰৈয়া বিমান বন্দৰত আটক চোৰাং সোণ-সৰবৰাহকাৰী
https://assam.nenow.in/%e0%a6%ae%e0%a6%b2%e0%a6%be%e0%a6%b6%e0%a7%9f%e0%a6%a4-%e0%a6%b8%e0%a7%8b%e0%a6%a3-%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80%e0%a7%b0-%e0%a6%aa%e0%a6%bf%e0%a6%9b/
796
ডিব্ৰুগড়ঃ বৃহস্পতিবাৰে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সাধাৰণ সম্পাদক নিৰংকুশ নাথে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
পৰীক্ষাৰ বিসংগতি, তদন্ত কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী এছএফআইৰ
https://www.newsnextone.com/memoreandum-from-sfi-for-ahsec-exam-problem
797
নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত উত্তৰ-পূবৰ সকলো মুখ্য মন্ত্ৰীকে ধৰি ৰাজনৈতিক নেতাসকলৰ অস্পষ্টতা দূৰ কৰা হৈছে আৰু বুধবাৰে ৰাজ্যসভাত উত্থাপিত হ'ব বিলখন।
উত্তৰ-পূবৰ নেতাসকলক বুজাই দিয়া হৈছে, বুধবাৰে উত্থাপিত হ'ব নাগৰিকত্ব বিধেয়ক: ৰিজিজু
https://assam.nenow.in/various-provisions-of-the-citizenship-bill-have-been-clarified-to-ne-cm-leaders-says-rijiju/
798
কোকৰাঝাৰঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ সতে সংগতি ৰাখি দেওবাৰে তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা ড০ ভূপেন হাজৰিকা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত প্ৰতিভাৱান শিল্পী সুৰজিৎ মহন্তৰ "সময়" শীৰ্ষক শ্ৰব্য সঁফুৰা মুকলি কৰা হয়।
তেজপুৰ সাহিত্য সভা ভৱনত সুধাকন্ঠক স্মৰণ, সুৰজিতৰ 'সময়' এলবাম মুকলি
https://www.newsnextone.com/samay-album-inauguration-tezpur/#comments
799
শ্ৰীনগৰঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষত ২ জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হয়৷কুলগাম জিলাৰ ৰেডৱানি চহৰত সন্ত্ৰাসবাদীক ঘেৰাও কৰি এই এনকাউন্টাৰ আৰম্ভ হয়৷ সন্ত্ৰাসবাদীৰ আক্ৰমণত নিৰাপত্তাৰক্ষীয়েও নিজৰ শক্তিশালী প্ৰদৰ্শন কৰি থিতাতে দুজন সন্ত্ৰাসবাদীক গুলিয়াই হ্ত্যা কৰে৷ এই সংঘৰ্ষত এজন জোৱানে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়৷ বৰ্তমানেও এই সংঘৰ্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
জম্মু-কাশ্মীৰৰ সংঘৰ্ষত ছহিদ এজন জোৱান, নিহত দুই সন্ত্ৰাসবাদী
https://www.newsnextone.com/jammu-kashmir-1jawan-death/#comments
800
ইণ্ডিয়ান চাহ বাগিচাৰ চাহ শ্ৰমিকক প্ৰাপ্যৰপৰা বঞ্চিত কৰাৰ ক্ষোভ।
নগাঁৱৰ চাপানালাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
https://www.newsnextone.com/samaguri-aatsa-protest